Ticker

6/recent/ticker-posts

Home ads

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চিৰাকুটা টোকৰাবান্ধা গাৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলা নাম আনিছা সৰকাৰ । সৰুৰে পৰা সংগীতৰ প্ৰতি আকৃষ্ট হোৱা এইগৰাকী মহিলাই আজি সংগীত জগতত নিজৰ নাম সন্নিৱিষ্ট কৰাৰ এক প্ৰচেষ্টাত ৰত হৈ আছে। আমি আজি এই গৰাকী গায়িকাৰ গীত উপভোগ কৰো আহক।

https://youtu.be/Hd_-uKHskcU

Post a Comment

0 Comments