Ticker

6/recent/ticker-posts

Home ads

গ্ৰাম্যঞ্চলৰ খেলুৱৈ সকলৰ বাবে ভাল খবৰ AFSDO নামৰ NGOটো লৈছে বিশেষ পদক্ষেপ

 

গ্ৰাম্যঞ্চলৰ খেলুৱৈ সকলৰ বাবে ভাল খবৰ AFSDO নামৰ NGOটো লৈছে বিশেষ পদক্ষেপ

মনোৱাৰ আলী,দক্ষিণ শালমাৰা-

গ্ৰাম্যঞ্চলৰ খেলুৱৈ সকলৰ বাবে ভাল খবৰ AFSDO নামৰ NGOটো লৈছে বিশেষ পদক্ষেপ। অনুন্নত ভিতৰুৱা অঞ্চলৰ লৰা ছোৱালীৰ প্ৰতিভা বিকাশৰ বাবে আগবাঢ়ি আহিছে NGOটোয়ে-

অসমৰ বিভিন্ন ঠাইত সিচৰিত হৈ থকা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাবান কিশোৰ কিশোৰীক এখন উপযুক্ত মঞ্চ  দিয়াৰ বাবে কাম কৰি আছে এটা NGO.

AFSDO নামৰ NGOটোয়ে গ্ৰাম্য অঞ্চলৰ যিসকল প্ৰতিভাবান লৰা ছোৱালীয়ে উপযুক্ত সুবিধা আৰু প্ৰচাৰৰ অভাৱত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হোৱা নাই তেওঁ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।সেই উপলক্ষে NGOটোয়ে দক্ষিণ শালমাৰা সমষ্টিৰ নীজ মনিৰচৰত তিনিদিনীয়াকৈ  বিভিন্ন খেলধেমালীৰ আয়োজন কৰে আৰু বটা বিতৰণ কৰি খেলুৱৈ সকলোক উৎসাহিত কৰে।অনাগত দিনত NGOটো শিক্ষা স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত কাম কৰি যাব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

Post a Comment

0 Comments