Ticker

6/recent/ticker-posts

Home ads

বিলাসীপাৰা মহকুমা আৰু কোকৰাঝাৰ জিলাৰ সীমান্ত শীলগাৰা বামুনগাঁৱৰ এগৰাকী কনমানি শিশু জটিল ৰোগত আক্ৰান্তসা হায্যৰ বিচাৰি ৰাজনৈতিক নেতাৰ লগতে ৰাইজলৈ-

বিলাসীপাৰা মহকুমা আৰু কোকৰাঝাৰ জিলাৰ সীমান্ত শীলগাৰা বামুনগাঁৱৰ এগৰাকী কনমানি শিশু জটিল ৰোগত আক্ৰান্তসা হায্যৰ বিচাৰি ৰাজনৈতিক নেতাৰ লগতে ৰাইজলৈ-

বিলাসীপাৰা মহকুমাৰ গাতে লাগি থকা কোকৰাঝাৰ জিলাৰ শিলগাৰাৰ অন্তৰ্গত বামুনগাঁৱৰ ছফিকুল ইছলামৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ অবুজ কণমাণি শিশু ওমৰ ফাৰুকে জন্মৰ এমাহৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুতৰ মুখত ছটফটাই আছে। 

শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালৰ ফালৰ পৰা অসমৰ বিভিন্ন হাস্পতাল লৈ গৈছিল যদিও শিশুটি সূস্থহৈ উঠা নাই। উক্ত দূৰভগীয়া পৰিয়ালটোৰ আৰ্থিক অবস্থা দূৰ্বল হোৱা বাবে উন্নত মানৰ চিকিৎসা কৰিব পৰা নাই। 

চিকিৎসকে ( ডক্টৰে) কোৱামতে শিশুটিক অতিশীঘ্ৰে উন্নত মানৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ চেন্নাই হাস্পতালত ভৰ্ত্তি কৰোৱাটো ভাল হব বুলি কয় অন্যথা শিশুটিক জীয়াই ৰখা অতি জটিল হৈ পৰিব।

শিশুটিৰ পৰিয়ালৰলোকে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ বাবে কোনো হৃদয়ভান ব্যক্তি অথবা নতুনকৈ গঠিত হোৱা বিটিচিৰ চিপ প্ৰমোদ বড়ো আৰু বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু ধুবুৰী জিলাৰ সাংসদ মৌলনা বদৰুদ্দিন আজমলক বিনম্ৰ অনুৰোধ কৰে।

কোনোবাই যদি আৰ্থিক সাহাৰ্য্য আগবঢ়াই তেন্তে তলত উল্লেখ কৰা একাউণ্ট নম্বৰত দিব পাৰে।

IFSC- SBIN0007387

A/C- 38817310221

যোগাযোগৰ নম্বৰ- 7099293181 অথবা 8638015042

Post a Comment

0 Comments