Ticker

6/recent/ticker-posts

Home ads

ডিব্ৰুগড়ৰ ৰাংলিটিং চাহ বাগিছাৰ অগ্নি পথাৰ লাইনত অঘটন-

ডিব্ৰুগড়ৰ ৰাংলিটিং চাহ বাগিছাৰ অগ্নি পথাৰ লাইনত অঘটন

ডিব্ৰুগড়ৰ ৰাংলিটিং বাগিচাৰ অগ্নিপথাৰ লাইনত অঘটন নিম্নমানৰ সামগ্ৰীৰে অৰ্ধনমিত P M A Y গৃহৰ পকী দেৱাল খহি নিহত হয় এটি শিশু।শিশুটিৰ দেউতাকৰ  নাম গোপী  উৰাং আৰু  মমতা উৰাঙৰ ১৪ মহীয়া সন্তান আয়ন উৰাং ।ডিব্ৰুগড়ৰ মদাৰখাত পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মানত ভয়াবহ কেলেংকাৰী।ইফালে ঠিকাদাৰে অতি  নিম্নমানৰ সামগ্ৰীৰ নিৰ্মান কৰা গৃহই প্ৰাণ কাঢ়ি নিলে এটি শিশুৰ।গুৰুত্ব অভিযোগ অসম চাহ জনজাতি ছাত্ৰ সন্হাৰ।শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিছাখনত উত্তপ্ত পৰিস্হিতি সৃষ্টি হৈছে। সথাৎ দেৱাল খহি শিশুটোৱে মৃত্যুক আকোৱালি লয়।ঘটনাৰ তদন্ত দাবী ঘোৰামৰা আৰক্ষী চকী ঘেৰাও কৰে বাগিছাৰ শ্ৰমিকৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্হাই।

Post a Comment

0 Comments