উপায় হীন হৈ ৰাস্তায় ৰাস্তায় ঘুৰি ফুৰিছে অসহায় মাতৃ অন্ধ পুত্ৰক লৈ-
আব্দুল কায়েউমৰ যোগীঘোপাৰ - উল্লেখযে অভয়াপুৰী লালমাটিৰ এটা অসহায় পৰিয়াল। তিনি সন্তানৰ লগতে স্ত্রী এৰি থৈ যায় পিতৃ আছিৰুদ্দিন তাৰ পিছৰ পৰাই মাক আমেলা খাতুনে আনৰ ঘৰত কাম কৰি তিনি সন্তানক পোহ পাল দিয়ে যদিও ডাঙৰ সন্তান অষ্টম শ্ৰেণীত অধ্যয়নৰত আইনাল হকে মাকৰ কষ্ট সহিব নোৱাৰি লকডাউনৰ সময়ছোৱাত ৰাজমিস্ত্ৰ বা অন্যান্য কাম কৰি মাকক অলপ আৰাম দিছিল । কিন্তু হঠাতে এদিন ৰাতি পঢ়ি থাকোঁতে আইনাল হকৰ প্ৰচন্ড মূৰৰ বিষ আৰম্ভ হয় । প্ৰাথমিক চিকিৎসা কৰি অলপ ভাল পায় যদিও দৃশ্টি শক্তি হেৰাই পেলায় । তাৰ পিছতেই ডক্টৰে উচ্চ চিকিৎসা বাবে গুৱাহাটী জি, এন, আৰ,চিলৈ ৰেফাৰ কৰে । জি, এন, আৰ,চিত গৈ বিভিন্ন পৰিক্ষা নীৰিক্ষা কৰি আইনাল হকৰ ব্রিন টিউমাৰ ধৰা পৰে আৰু ডক্টাৰে অপাৰেশ্যন কৰিব কয় । কিন্তু অপাৰেশ্যন কৰিবলৈ নাই মাকৰ হাতত নাই উপযুক্ত টকা । পুত্ৰ আইনলৰ দৃষ্টি ঘুৰাই আনিবলৈ অসহায় মাতৃ আইনাল হকক লৈ ৰাইজৰ সহায় বিচাৰি আজি কাবাইটাৰি হাট-বজাৰত উপস্থিত হয় । এনে সময়তে কাবাইটাৰিত আজাদ জনতা কি আৱাজ নামৰ এন,জি,ওৰ জিলা সভাপতি আৰু সপ্মাদক আগবাঢ়ি আহে সহায় কৰিবলৈ ।
সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে কিছু সহায় কৰিবলৈ অনুৰোধ জনালে মাতৃ আমেলা আৰু আমেলা খাতুনৰ ভাত্ৰী। আমেলা খাতুনে লোকৰ মুখত শুনা মতে বহুতো অসহায় লোকক আজমল ফাউণ্ডেশ্যনৰ পৰা বহু ধৰণৰ সহায় সুবিধা আগবঢ়ায় । যাৰ বাবে মাতৃ আমেলাই অন্ধ পুত্ৰক লৈ আজমল ফাউণ্ডেশ্যনৰ লোকক বিচাৰি ফুৰিছে । অসহায় মাতৃক সহায় কৰিবলৈ আজমল ফাউণ্ডেশ্যনক কাত অনুৰোধ ঘূৰাই পাবলৈ পুত্র আইনাল হকৰ দৃষ্টি।
State Bank of india Abhayapuri
Name - Amela Khatun
A/c No. - 35938044749
IFSC- SBINOOO8462
Cont. No. 8811861674
0 Comments