সাংবাদিক আৰু সাহিত্যিক হিচাবে আত্মপ্রকাশ- আব্দুৰ ৰহিম মুস্তাফি, জন্ম গোৱালপাৰা জিলাৰ চুনাৰী মাথাবাৰী গাওঁত, কিন্তু তেওঁ পর্বত্তি ঠিকনা হল গোৱালপাৰা চহৰৰ চন্দৰীয়া পথাৰ পিতা- ইমান আলী, মাতৃ- ইন্নাতুল্লা |
আব্দুৰ ৰহিম মুস্তাফি সাংবাদিক আৰু সাহিত্যক হিচাবে আত্মপ্ৰকাশ | ১৯৮১-৮১ চনত চোভিয়েট ভাৰত মৈত্ৰীৰ ঐতিহাসিক অৱদান গ্রন্থৰ বাবে চোভিয়েট কর্তৃক পুৰস্কৃত আৰু আমন্ত্রিত হয় | ১৯৯৮ চনত স্বাহ মীৰাণ হজৰত আজাণ পীৰ গ্রন্থৰ বাবে আজান পীৰ বঁটা লাভ কৰে |
তেওঁৰ প্রকাশিত গ্রন্থঃ
উপন্যাসঃ- দিগন্তৰ হিমালয়, নিলগৰ নীলা পাহাৰ, দিচাঙৰ জীয়ৰী দিখৌৰ বোৱাৰী |
কবিতা পুথিঃ- নিলগৰ বাঁহী, নীলা কপৌ, ৰুহীনুৰ |
নাটকঃ- অভিযান, ভুচুং পহুৰ পোৱালী |
গল্পঃ- সোনালী সপোন, দ্বীনৰ জেউতি, হাঁহিৰ থুনপাক |
ধৰ্মীয় গ্রন্থঃ- প্রেমৰ ৰচুল, জীৱন পথৰ জেউতি, শান্তিৰ সুৰভি, ছুৰা, ৰাহমানৰ কাব্যানুবাদ |
অনুবাদ সাহিত্যঃ- মৰিয়ম জামিলাৰ হিশ্ব সভ্যতা আৰু ইছলাম | জার্মান লেখক আহমদ ডন ডেনফাৰৰ গ্রন্থঃ- বিশ্ব প্রার্থনা ইমাম গজ্জালী (ৰঃ) ৰ মিচকাতুল আনোৱাৰ, শিশু সাহিত্য - অকনিৰ আজান পীৰ, মহাবীৰ লাচিত, আঙুৰ বনৰ পখিলা, মহাবীৰ খলিদ (ৰা) অকনিৰ প্রিয়নবী, পুৱাৰ নিয়ৰ, লুইতৰ পাৰৰ দেশ, অণ্টাকটিকাৰ অভিযান, অকনিৰ চৰাই জগত |
গৱেষক মূলক গ্ৰন্থঃ- জিন জাতিৰ ইতিহাস, সত্যম পবিত্রম সুন্দৰম |
সামাজিক গ্ৰন্থঃ- বিয়াৰ প্রথম নিশা, শান্তিৰ সুৰভি, ৰহীনুৰ (আত্মিক জ্যোতি) টেঙা মিঠা জলা, মৌচমী মৌ |
0 Comments